কিছুমানে সচা ভালপোৱা পাৱৰ কাৰনে কান্দি থাকে আৰু কিছুমানে সচা ভালপোৱা পাইও নিজৰ অৱহেলাৰ কাৰনে হেৰুৱাই, আৰু কিছুমানে নিজৰ স্বাৰ্থ পূৰন কৰি গুচি যায়, অলপো ভাৱি নাচায় বিপৰীত পক্ষৰ কি অৱস্তা হৱ পাৰে। সকলো নিজৰ স্বাৰ্থ পূৰন কৰাতে ব্যস্ত, প্ৰয়োজন শেষ হলে সকলো পাহৰি যায়…!!
🙏🙏🙏
0 Comments