নি:সংগময় জীৱনটোত
বিছাৰি বিছাৰি বাৰু কি পালো মই…!সপোনবোৰ বুকুলৈ এটা এটাকৈ সামৰি আনিলো কোনোবাদিনাই…!
এইটো সঁছা, জীয়া সপোন আছিল মোৰ বুকুত
যিটো সপোনে জীৱনলৈ বিধবস্ত কৰি পেলালে
এধানীমান হৃদয় খনে বহ আঘাট কঢ়িয়াবলৈ বাধ্য
সপোন ভাঙি গলে
হয়তো দুখ লাগে অলপমান দিন
লাহে লাহে সেয়া অহৰণীয় গৰ্ভত লীন যায়
জীয়া সপোনবোৰেও কেতিয়াবা
স্বপ্ন ছৱিৰ দৰে অহা-যোৱা কৰে
মোৰ চকুৰ সন্মুখেৰে…!
বৰ্তমান মানুহৰ জীৱনত আবেগ অনুভূতিৰ
একো কোনো দাম নাই…!
এনে আবেগৰ কি প্ৰযোজন, মই বুজি নাপাওঁ…!
যিবোৰ নেকি জীৱনত চকুলোৰ বাহিৰে
আন একোৱেই দিব নোৱাৰিলে মোক…!
তথাপি মই কিয় জানো
কোনো কোনো মূহুৰ্তত খুব বেছি আবেগিক হৈ পৰো
হেৰুৱা সপোনৰ কথা ভাবি
বৰকৈ দুখ লাগে…!
বুকুখন খুচমাৰি ধৰে…।।
কবি :- মৌচুম গগৈ
ঠিকনা :- তিনিচুকীয়া
মোবাইল :- ৯১২৭১৯০৩৪৫



0 Comments