তুমি কোৱা সেই মৌ সনা
 মিঠা মিছা মিছা কথা বোৰে…
কেতিয়াবা কেতিয়াবা  বৰকৈ আমনি কৰে অ মোক,
মনটোৱে কেতিয়াবা কেতিয়াবা বৰকৈ ধাপলি মেলে অ
তোমাৰ কাষ চাপিৱলৈ…
কিন্তু…কিন্তু তুমি যে নুবুজা মোৰ মনৰ ভাৱনা বোৰ,
সেই বাবেই প্ৰতি দিনে মই মোৰ অনুভৱ বোৰক হত্যা কৰি গৈ আছোঁ,
হয়টো…হয়টো এনেকৈয়ে এদিন হেৰায় যাম মই…
হৃদয়ৰ অনুভূতি বোৰক হত্যা কৰি নিজ জনশূন্যতাৰ মাজত…!!
😔😔😔

কবি:- মৌচুম গগৈ।
মোবাইল:- ৯১২৭১৯০৩৪৫