ওচৰৰ খুৰা ঘৰত সদায় সৰু কথাক লৈয়ে ৰাতিখন কাজিয়া হয়।
লৰা-ছোৱালী দুটা বাহিৰত থাকে।
ঘৰত কেৱল খুৰা-খুৰী।
গতিকে ৰাতি গোটেই দুনীয়াই শুনাকৈ চিঞঁৰি চিঞঁৰি কাজিয়া লাগে।
আজি তিনিদিনমান দেখিছোঁ খুৰা ঘৰত বিহু পতা নাই।🙄
মনটো কিবা উকা উকা লাগিল।🤪
নিজান ৰাতি খুৰা-খুৰী বচন বোৰ শুনি থাকিলে মনটোৱেই ভাল লাগে।😌😌😛
কালি ৰাতিপুৱা খুৰাক লগ পাই সুধি য়ে পেলালোঁ.....
মই - খুৰা,কথা এটা সোধো বেয়া নাপাব....!🙄
খুৰা - সোধ।
মই - মানে আপোনালোকৰ ঘৰত সদায় কাজিয়া হয় ন...?
কিন্তু এইকেইদিন ইমান নিমাত যে,কেনেকৈ কন্ত্ৰ'ল কৰিছে...?😱
খুৰা - ই নকবি আৰু,এইকেইদিন ভালকৈ শুব পাৰিছোঁ জান।
আমাৰ ভবেন যে,সি ফাৰ্মাচীত নাথাকে জানোঁ...!
সি সেইদিনা মোক লগ পাই মোক এটা সমাধান দিলে বোলে খুৰা আপোনালোকৰ মাজৰ কাজিয়া খন মই নোহোৱা কৰিব পাৰোঁ মাত্ৰ আপুনি এটা কাম কৰিব লাগিব।
মই কি কাম সোধাত সি কলে বোলে ৰাতি খুৰীয়ে ভাত খাওঁতে খোৱা পানী খিনিত তেওঁ নজনাকৈ শ্লিপিং টেবলেট এটা গুলি মিলাই দিব।
বচ,পানী খোৱাৰ অলপ পিছতেই তেওঁ ইমান টোপনি আহিব যে ডন লগাটো বাদেই চিধা বিচনালৈ হে ঢাপলি মেলিব।
বচ,তাৰ কথা মতেই এই কেইদিন খুৰীয়েৰক মালটো খুৱাই শুৱাই থৈছোঁ।😬
তেওঁ শান্তি মানে মোৰো শান্তি...।😁
ঔ চি কটা।
কথা মানে সেইটো।🙄
খুৰাৰ ওচৰ পৰা গৈ চিধা খুৰী ওচৰ পাই নজনা চলেৰে কিয় কাজিয়া লগা নাই কেছটো সুধিলোঁ।
খুৰীও একেই উত্তৰ,বোলে ফাৰ্মাচীত থকা ভবেনে খুৰাকে নজনাকৈ তেওঁ ৰাতি ভাতৰ লগত খোৱা পানী খিনিত শ্লিপিং টেবলেট মিলাই খুৱাই দিবলৈ কলে।
খুৰীয়ে বোলে তাৰ কথা মতেই তেওঁক সদায় টেবলেট এটা ৰাতি হলেই খুৱাই দিয়ে।
বচ,খুৰাই হেনো চিধা বিচনালৈ হে পোনাই দিয়ে।🙄
কেছটো মানে ক'ৰবাত।
এই ভবেন টোৰ পৰা ভাওনা খনৰ মজ্জা লোৱা বন্ধ হ'ল।
ই বেটা কম মাল নহয়...😡😡।
লেখা:- প্ৰণব কলিতা

0 Comments