ব্রেকআপ হোৱাৰ 1 বছৰ পিচত,,,

 তাই= হেলো, কেনে আছা?
  মই= হেলো, কোনে কৈছে?
  তাই= মোক পাহৰি গলা ন,
  মই= ওকে ৰাখিছো, অপৰিচিত মানুহৰ লগত কথা পাতি লাভ নাই.
  তাই= সকলো ক্ষেত্রত লাভ বিচাৰিব আৰম্ব কৰিলা!!
  মই= হয়, এজনে মোক শিকাই গৈছে,, তো কোন আপোনি?
  তাই= এতিয়া আৰু তোমাৰ জীৱনত মোৰ কোনো পৰিচয় নাই,,
  মই= যি নহক,, হটাত আনব্লক কৰিলা যে!
  তাই= মোৰ ইচ্ছা হৈছে সেই কাৰণে,,
  মই= অঅ,, সিদিনাও তোমাৰ ইচ্ছা ৰাখিছিলো কিন্তু আজি আকৌ কি বিচৰা,,
  তাই= কিবা কাৰণ নাথাকিলে কি মেসেজ কল কৰিব নোৱাৰি নেকি!
  মই= হুম,, শুনি আছো কোৱা...
  তাই= উত্তৰ টো দিয়া নাই যে!!
   মই= জানাৰ অধিকাৰ তুমি বহুত আগতেই হেৰাই দিছা......  তুমি কেনে আছে কোৱা!!!
   তাই= হুম,, আছো ভালেই.
  মই= তাৰ মানে বেছি ভাল নহয়,,
  তাই= কেনেকে গম পালা?
  মই= সেইটো যদি তুমি বুঝিলা হয় তেনেহলে কেতিয়াও মোক এৰি নগলা হয়! আচ্ছা মই উলাম,, কিবা কথা আছে যদি শুনকালে কোৱা,,,,
  তাই= অলপ টাইম পামনে??
   মই= হুম কোৱা...
  তাই= কি কৰা তুমি?
 মই= দুকানত বহি আছো,,
 তাই= এতিয়াও এৰা নাই চিগাৰেট খোৱা!
  মই= যাৰ কাৰণে এৰিছিলো সি মোক এৰি গুচি গল কাৰণে মই আকৌ আগৰ দৰে হৈ গলো,,
   তাই= বহুত বেয়া কথা
  মই= কিন্তু পিচত আৰু কোনেও নিচিয়ৰে,,,
  তাই= তুমি কি আকৌ ৰিলেশন কৰিছা?
   মই= যদি কৰিলো হয় তেনেহলে আন নন নং ত ফোন ৰিচিভ নকৰিলো হয়, যি কবলৈ আছে প্লিজ সোনকালে কোৱা!!
   তাই=  কিয়! কি হল?
   মই= বুকুৰ বাওফালে বহুত বিষ কৰি আছে,,
  তাই= কিয়?
  মই= সেইটো নাজানিলেও হব,,
  তাই= মোক কি আৰু এটা সুযুগ দিব পাৰিবা তোমাৰ জীৱনত ঘুৰি আহিবলৈ!!
  মই= কিয়!! সি তোমাক সুখতে নাৰাখে??
    তাই= ...........................
  মই= হুম বুজিলো,,, যি নহক কিয় আকৌ ঘুৰি আহিব বিচৰা?
   তাই= তোমাৰ নিচিনা কোনেও ভাল নাপায় মোক
  মই= মই তোমাক কৈছিলোয়ে..
   তাই= বহুত কষ্ট হয়..
  মই= জানা, বহুত মন যায় তোমাক বুকুৰ মাজত ৰাখিবলৈ তোমাক আকৌ মোৰ জীৱনত ঘুৰাই আনিবলৈ,,,
   তাই = তেনেহলে কিয় লোৱা নাই!!!
   মই= তুমি মোৰ চকুত এতিয়া আৰু ভালপোৱা বিচাৰি নাপাবা,, তুমি ভাবিবা যে মই অভিনয় কৰি আছো,, আৰু তোমাৰ চকুত চালে এনেকোৱা লাগিব মোৰ প্রতিটো ৰাতি প্রতিটো দিন ৰ কথা,,,
   তাই= প্লিজ মোৰ কান্না আহি আছে,,
  মই= সিদিনা মই ও কান্ধিছিলো কিন্তু তুমি এবাৰ ও ঘুৰি চোৱা নাই, প্রতিটো ৰাতি চাদৰ উপৰত বহি আছিলো, তোমাৰ আৰু মোৰ সেই ভাল লগা মুহুর্তবোৰে মোৰ বুকুত বাৰে বাৰে আঘাত কৰি আছিল,,, জীৱাই থকাৰ ইচ্ছা টো ও শেষ হৈ গৈছিল,,, তেতিয়া কি মোৰ কথা এবাৰ ও তোমাৰ মনত পৰা নাছিলে নে,,,
   তাই= চৰি..... প্লিজ
  মই= তোমাৰ এই চৰি টোয়ে পাৰিব নেকি মোৰ সেই কষ্টৰ দিনবোৰ ঘুৰাই দিবলৈ,,,
   তাই= প্লিজ এনেকা নকবা, মোৰ বহুত কষ্ট হয়,,
  মই= তুমি মোৰ জীৱনলৈ উভতি নাহিবা কাৰণ এইবাৰ উভতি আহিলে মোৰ পৰা বেশি তুমি কষ্ট পাবা,,,
  তাই= এটা সুযুগ নাপাম নেকি?
  ন
মই= সুযুগ যদি মই তোমাক দিয়ে দিও, তথাপি তুমি সেই আগৰ নিচিনা আৰু মই সেই আগৰ নিচিনা কেতিয়াও হব নোৱাৰিম,,,,
  তাই= কিয় নোৱাৰিম, চেষ্টা কৰিলে নিশ্চয় পাৰিম,,,
   মই= যাৰ মন ভাঙে সেইজনে জানে যে সেইটো জোৰ লগোয়া সম্ভব নহয়,,,,
  তাই= হুম, তথাপি........
  মই= মই জানো যে মই তোমাক পাহৰিব নোৱাৰিম তথাপি মই তোমাক পাব নিবিচাৰো, চাব মন নাই তেমাৰ ঐ অপৰাদি মুখ খন,,,
   তাই= প্লিজ.......
  মই= ভাগ্যিস চকু পানী এ কথা কব নোৱাৰে,,, নহলে সিদিনা তোমাৰ original rup tu sabo napalu hoy,, tumar sakut pani ahile moi xoday musi disilu,, kintu xidina moi Bahut kandisilu, tumi mur saku pani musi diboloi aha nai,, abar o ghuri sua nai,,,, ji nohok.. Tumi vale thakiba, moi u sesta korim,, kintu please aru karubar Mon loi khela nokoriba, bahut kosto hoy,,, 
   Tai=  xosake.... Xidina Jodi moi tumak bujilu heten,, 
   Moi= Acha tumi aku mur jibon loi kio ahibo bichara kuasun
  Tai= Kio??
  Moi= আজি তুমি অকলে আছা সেই কাৰণে,,,
  তাই= হুম,, বহুত অকলশৰীয়া,,,
  মই= একাকিত্ব যে কিমান যন্ত্রনাৰ যিজনে ভোগ কৰে সেইজনে জানে,,, তথাপি মই আৰু কাকো নিবিচাৰো, কাৰণ এইবাৰ তোমাক হেৰালে এই পৃথিবীত থকাৰ যুগ্য নাথাকিম,,,,
  তাই=  প্রমিচ কৰিছো কেতিয়াও তোমাৰ পৰা দুৰত নাযাম,,,
  মই= এনেকোৱা প্রমিচ তু আগতেও কৰিছিলা,, এটা প্রমিচ ৰাখিব পাৰিছিলা? আৰু আৰম্বনিতে সকলোয়ে এনেকা কয়, তুমি ও কৈছিলা কিন্তু বাস্তবত তাৰ বিপৰিত হে হৈছিল,,,
   তাই= ...............................
   মই= তোমাৰ এই নিৰৱতা কি বুজাব বিচাৰিছা নাজানো, কিন্তু মই আৰু নোৱাৰিম!
  তাই= ..............................
  মই= ওকে বাই,,,
  তাই= শুনা না
  মই= কোৱা..
  তাই= I Love  you
  মই= আফচোছ.... সিদিনা মই ও হাত যোৰ কৰি কৈছিলো,,
  তাই= প্লিজ,, এবাৰ কোৱা না     "ভালপাও তোমাক" বহুত মন কৰিছে শুনিবলৈ,,,
  মই= bye....
   তাই=  Please এবাৰ
  মই= মই এই বিলাক কব ও নোৱাৰু আৰু শুনিব ও নিবিচাৰো, তোমাৰ কাৰণে জানিব পাৰিছো জ‌ীৱন কিমান কষ্টৰ, দুখঃ, যুদ্ধৰ,,,, আৰু মই এজন যোদ্ধা, তোমাৰ কাৰণে আৰু নতুন কিবা জানিব নিবিচাৰো,,,,,

             Block
        """""""""""""""""""''

 So friends Bahut word বানান ভুল হব তাৰ কাৰণে I am sorry

  ভাল লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব,,, 🙏🙏🙏🙏

 
লেখা:- Sarajit  Das