দুদিন পিচত মোৰ বিয়া, ঘৰত আলহি আহা আৰম্ভ হৈ গল,, গোটেই ঘৰখন ঘম-ঘম কৰি আছে বিয়াৰ আলহি এ, আইতা সকলেও মোক লৈ হাহি ধেমালি কৰি আছে,, মোৰ লগৰ বান্ধবি নবৌ সকলোয়ে মোক হাহি ধেমালি ঠাট্টা কৰি আছে!
বহুত ৰাতি হল, সকলো টুপনি গল,,, গোটেই বিয়াবাড়ি গভিৰ টুপনিত নিমঘ্ন, কিন্তু মোৰ চকুত টুপনি নাই,, ৰাতিপোৱা হলেই গাত হলুদ,, দেউতাৰ ঘৰৰ অধিকাৰ লৈ আৰু 1 টা দিন আছো,, তাৰ পিচদিনা ই গুচি যাব লাগিব বেলেগ এখন অপৰিচিত মানুহৰ ঘৰত,, সিহত সকলোকে আপোন কৰি লব লাগিব,, কিন্তু যিসকল মোৰ আপোনজন সেইসকলক আৰু সদায় দেখা নাপাম,, এমনকি যিজনে মোক জন্ম দিছে তেওক ও দেখা নাপাম,, মোৰ তেজৰ সম্পর্ক, মোৰ আপোনজনক পাহৰি বেলেগ এজনক আপোন কৰিব লাগিব,, হয়তো সকলোৰ দেখা হব কিন্তু তেতিয়া মই বেলেগ ঘৰৰ বোৱাৰী,, নিজৰ ঘৰতে মই যাম অতিথী হৈ!!!
বহুত মনত পৰিছে মা ৰ লগত টুপনি যোৱা ৰাতিবোৰলৈ, দেউতাৰ লগত কৰা জিদ বোৰ লৈ, ভাইটি দুটাৰ লগত কাজিয়া কৰা খং কৰা মুহুর্তবোৰ লৈ,,, সিহতৰ লগত আৰু কাজিয়া নহব, ৰাতিপোৱা দেৰিকে উঠাৰ কাৰণে মায়ে আৰু গালি নিদিয়ে,, মোৰ বুকুখন যে ফাটি গৈ আছে,,, আচ্ছা মই যে গুছি যাম সেই বুলি বেলেগ কোনোবায় কান্ধিছে নেকি!!! জানো, হয়তো মা ৰ চকুত টুপনি নাই,, বহুত মন কৰিছে মা ক গৈ যে মা মোক আৰু কেইটামান দিন তোমাৰ লগত থাকিব দিয়া না,, এনেকা পৰ কৰি নিদিবা মোক, কিন্তু নোৱাৰিছো, সেইটো আৰু সম্ভব নহয়! ঘড়িৰ কাটাৰ প্রতিটো চেকেণ্ড পাৰ হৈছে আৰু মোৰ এই ঘৰত থাকা সময় ও শেষ হৈ আহি আছে,, এইবোৰ ভাবি ভাবি কেতিয়া যে টুপনি গলো কবই নোৱাৰো!!!!
পোৱাৰ আলো ত টুপনি ভাঙিল, গোটেই ঘৰখন অতিথি ৰ কবলত,, সকলোৰে কিমান কাম, মোৰ বান্ধবী নবৌ সকলোয়ে মোক লৈ ব্যস্ত, মোক কেনেকৈ সাজাবে, কেনেকে মোক ধুনিয়া লাগিব আৰু যে কত কি,,মই ও সিহতৰ ফালে ব্যদিগ্রস্হ হৰিণিৰ নিচিনা চাই আছো, আৰু মনে মনে ভাবি আছো তহতে মোক সাজি-কুচি পৰ কৰি দি আছ, মোৰ যে বহুত কষ্ট হৈছে!!!!!
নানা আয়োজনৰ পিচত সকলোয়ে মোক হালদি কাৰণে লৈ গৈছে, মাক আগতেই কৈ ৰাখিছিলো যে মোৰ শৰীৰত হালদি যাতে মোৰ মায়ে দিয়ে,, মা মোক হালদি দি আছে আৰু মোৰ প্রতিটো ইন্দিয় কৈ আছে.. দিয়া মা.... তোমাৰ ঘৰত থাকাকালিন শেষ বাৰৰ বাবে গা ধোৱাই দিয়া,, জীৱনত প্রথম তুমি গা ধুৱাই দিছিলা আজি এইভাবে মোক পৰ কৰি দিয়া,,,,
হালদি পর্ব শেষত সকলয়ে মোক মেকআপ কৰি দিলে, গোটেই ঘৰখন পোহৰৰ আলোত জিলিকি আছে,, মোৰ বান্ধবীসকলে মোক লৈ বহি আছে, এজনে মোৰ হাতত মেহেন্দি লগাই আছে,, আগতে কিমান সপোন দেখিছিলো এইবোৰৰ কাৰণে, কিন্তু আজি বিশন্নতায় মোক ধৰি ৰাখিছে,, বহুত জুৰকৈ কান্ধিবলৈ মন কৰিছে আৰু কবলৈ মন গৈছে যে তহতে মোৰ পৰ কৰি নিদিবি,, দেউতা.... তোমাৰ এই মৰমৰ ছোৱালী জনিক এৰি তুমি কেনেকে থাকিবা,,,, সকলো গুচি গল, লাহে লাহে মই মা ৰ উচৰত গৈ বহিলো,মাক কলো... মা মোৰ বহুত ভুক লাগিছে মোক আজি খাবলৈ দিবা! কিয় নিদিম... ইয়াতে বহ মই খোৱা লৈ আহি আছো,,, মা এ মোক খোৱাই দি আছে আৰু মই চলমল চকুৰে মাক চাই আছো আৰু ভাবি আছো "মা তোমাৰ এই সৰু ছোৱালী জনি আজি ডাঙৰ হৈ গল, কালি তাইৰ বিয়া,, নিবিচাৰিলেও চকুৰ পানী ওলাই আছে, hotat MAA a muk xaboti dhori hauhau kori kandi dile, moi aru nijoke sambhalibo nuwarilu, MAA k jur kori moi alop samoy kandilu,, amar kanna dekhi deutay r o sakur pora top top pani ulai ase,,,,
আজি আকৌ মা ৰ লগত টুপনি মাৰিবলৈ মা ৰ উচৰত গলো,, হয়তো এই সুযুগ আৰু কেতিয়াও নাপাম,,, মা এ মোক টুপনি লগাই গুচি গল,, কিন্তু মই তু টুপনি যোৱা নাই,, ঘৰিৰ কাটা এক ঘৰ কৰি অতিক্রম কৰি আছে আৰু মোৰ ও সময় শেষ হৈ গৈ আছে,, চাওতে চাওতে ৰাতিটো ও পাৰ হৈ গল,,
আজি মোৰ বিয়া, মোৰ সাজপোষাক সকলো হৈ গল, সকলোয়ে মোক লৈ হাহি ধেমালি কৰি আছে, হঠাৎ কোনোবা এজনে কলে বৰজাত্ৰী আহি গল,মোৰ হৃদয়ত কিবা অদ্ভূত বাজনা বাজি ওঠিল,সকলো গুচি গল চাবলৈ, মই অকলে ভাবি আছো আৰু অলপ সময় তাৰ পিচত এই ঘৰত থকা মোৰ সকলো অধিকাৰ শুন্য হৈ গৈ আছে,, গোটেই ঘৰখন অতিথিৰ আমেজ,,, কিছো সময় পিচত বামোন এ মোক মালা দিবলৈ কলে,, মালা হাতত লৈ ভাবি আছো.... আজিৰ পৰা মই নিজে নিজৰ নহয়, মোৰ ইচ্ছা সকলো আশা- আকাংশা সকলো বেলেগৰ নামত কৰি দিছো!!!!!
"বিদায় চিৰদিনৰ কাৰণে বিদায়"
এইটো কি আমাৰ জীৱন
"""""""""""""""""""""""""""""""""""""""""""
( বানান ভুল হব হলে ক্ষমা কৰি দিব)
ভাল লাগিলে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব🙏🙏🙏
লেখা:- Sarajit Das

0 Comments