তাই লগত সেইদিনা চিনাকীটো হ'ল।
কথা বতৰা চলি ডাইৰেক্ট মোৰ লভিং লভিং ফিলিং ডাল আহি গেল।😌
যৌৱনে আমনি কৰিব য়ে ন।😌🤭
যিমান মৰমত কথা বতৰা পাতিছে নাহিবনো কিয়....🤩।
পিছে মৰতীয়েও মোক প্ৰেম চেম ফিল আহিছে নি সোধা নাই আৰু মইয়ো সোধা নাই।
আ(এ)টিউড বুলি কথা এভাগি আছে যেতিয়া মইয়ো তল পৰি দিয়া ভকত নহয়।☹😬
কালি তাই মেচেজ কৰি থাকোঁতে সুধিলে......
তাই - ঐ শুনা না.....
মই - কোৱা.....🥰।
তাই - তুমি কি কি ভাল পোৱা...?
মই - মইনে......
তাই - উম।
মই - i love google
তাই - ৱাহ,আৰু.....
মই - i love facebook
তাই - ইছ,আৰু.....
মই - i love whatsapp
তাই - অকল এইবোৰ,আৰু বেলেগ ভাল নালাগে নে একো.....
আৰু কিবাকিবি ভাল যদি কোৱা আকৌ।
ঔ চান্স এটা পাই গলোঁ।🤩
মৰতীক এইটো চেগতে ভাল পাওঁ বুলি কৈ দিওঁ।
সদায় নো কিমান চিংগোল হৈ থাকিম...😒😒।
অলপ সাহস গোটাই কৈয়ে দিওঁ বুলি লিখি দিলোঁ......
মই - i love you
এক দুই মিনিট ৰিপ্লাই নাই.....।
মনতে ভাবিলোঁ প্ৰপ'জেলটো পাই তাই চাগে লাজতে কি কম নকম ভাবিছে.....😌।
তেনেতে ৰিপ্লাই আহিল......
তাই - কুকুৰ; i love you কবলৈ আহ।
জহনী লৰা।
ছোৱালী দেখি পাগল হৈ গলি জহনী।😡😡
ঔ ৰিপ্লাইটো পাই টেমী টো গৰম হৈ আহিল।😡
ভাল নাপালে নাই আকৌ,কুকুৰ মেকুৰীক ধৰি গালি দিব লাগে নি ন....?😡😠🤪🤪
মইয়ো বুদ্ধিটো সাজি লগালগ ৰিপ্লাই দিলোঁ.....
মই - তেজখাতি ছোৱালী,মইয়ো তোক i love you কোৱা নাই দে......।
মই i love youtube লিখিবলৈ লওঁতে ওচৰৰ খুৰী কণমানি জীয়েক জনীয়ে ফোনটো টিপি দিয়াত হে আধা লিখা মেচেজটো গুচি গ'ল গৈ।
তোক ভাল পাবলৈ মইয়ো পাগল নহয়.....😡😡😡।
আৰু ৰিপ্লাই নাহিল।😭😭
মইয়ো শুই থাকিলোঁ।
আজি ৰাতিপুৱা ফেচবুকটো অপেন কৰিছোঁ,তাই মেচেজ এটা টাইপ কৰা দেখা পালোঁ।
তাই - কি তুমি মানে মোক তেনেকৈ হে ক'লা।
তোমাৰ মানে মোৰ প্ৰতি একো ফিল নাছিল।
কালি তুমি মেচেজ কৰি থাকোঁতে দাদাই কাক মেচেজ কৰি আছ বুলি ফোনটো থাপ মাৰি লৈ যাওঁতে তোমাৰ সেই মেচেজটো দেখিলে আৰু ৰিপ্লাইটো ও সি দিলে।
কালি সিয়ে ফোনটো ৰখাই থলে।
আজি ৰাতিপুৱা হে সি ফোনটো দিওঁতে তোমাৰ মেচেজটো দেখিছোঁ।
তোমাৰ মানে মোৰ প্ৰতি একো ফিল য়ে অহা নাছিল।😔
মইহে মানে কিবা ভাবি মৰিছিলোঁ।
তুমিটো কালি i love you কওঁতে মইতো সঁচাই.....।
বাৰু বাদ দিয়া,ইমানেই যদি মোক বেয়া পোৱা আৰু কথা নাপাতো গুড বাই।😢😔
ঔ মেচেজটো পঢ়ি মোৰ জীৱ উৰি গ'ল।😭
তাৰ মানে তাইয়ো.....মোক।
কথা খিনি সঁচাকৈ কওঁ বুলি লওঁতে দেখিলোঁ অমুকাক ব্লক কৰি দিলে।🙄
ঈশ্বৰৰ কৃপাত কোনোবা এজনীয়ে ক'লা-মোলা লৰাটোক ভাল পাওঁ কৈছিল আৰু সেইজনীও......😭😭😭😭😭।
বিয়া খন আকৌ ভাগিল।
ৰাতিপুৱা পৰা মূৰৰ ওপৰত ওলমি থকা ফেন খনলৈ চকু দুটা গৈয়ে আছে।
কেনেবাকৈ যদি ৰছী এডাল পাওঁ নহয়,ফেনত লগাই একেবাৰে.....😒

0 Comments