নিশাৰ আহাৰ খাবৰ কাৰণে মাই মাতি আছে মই যাওঁ বুলি কৈ হাত মুখ ধুই ভাত খাব যায় দেখিলোঁ মা আৰু দেউতাই মোৰ কাৰণে ভাত খাব ৰখি আছে মই যোৱাত মোক ভাত দিয়াৰ পিছত দুয়ো ভাত খাব ললে। ভাত খোৱা আধা হোৱাৰ পিছত মই দেউতাক কলো দেউতা মোৰ এইবাৰ ঈদত ১০০০০ টকা লাগিব বজাৰ কৰিবলৈ। তেতিয়া দেউতাই কলে বাবা এইবাৰ মই টকা কেনেকৈ দিম লোকডাৱনৰ বাবে দোকান খুলিব পৰা নাই বহুত দিন হৈ গল মোৰ হাতত এইবাৰ টকা নাই এইবাৰ ঈদত টকা নাই বজাৰ কৰিব নালাগে পুৰণি কাপোৰ দিয়ে ঈদ পাৰ কৰা ।কথা খিনি শুনাৰ লগে লগে মোৰ বহুত খং উঠিল আৰু মই এটা অশ্লীল কথা কৈ দিলোঁ কথা টো হল সন্তান জন্ম দিব পাৰিছে যদি টকা মোক দিবই লাগিব ।কথাখিনি কৈ মই ভাতৰ থালিৰ পৰা হাত ধুই মই মোৰ ৰুমত আহি শুই পৰিলোঁ । মই শুই আছোঁ ঠিকেই মোৰ টোপনি অহা নাই সেই বাবে ৰাতি ১২ মান বজাত মই বাহিৰত যাব বাবে যেতিয়া দেউতাৰ ৰুমৰ ওচৰে দি যাব ওলাইছে তেতিয়া মই দেউতা আৰু মাকৰ মাজত কথা পতা শুনিব পালোঁ আৰু মই থিয় হৈ শুনিব ধুৰিলো।
দেউতাই মাকক কৈ আছে বাবা সৰু মানুহ সিমান বুজি
নাপায় গতিকে তাইক পইচা দিবই লাগিব মোৰ ওচৰত টকা ১০০০০ আছে ঈদৰ ২ দিন পিছত ডক্তৰ ৰ ওচৰত যোৱাৰ কথা আছে গতিকে এই টকা খিনি বাবাক দি দিব পাৰা মই পিছত পইচা যোগাৰ কৰি লম । তেতিয়া মাকে কলে আপুনি এইটো কি কৈ আছে আপুনি এবাৰ ডক্তৰৰ ওচৰত নগলে বেমাৰ আকৌ বেছি হৈ যাব । তাতকৈ আপুনি এটা কাম কৰক মোৰ কানৰ হাৰ যোৰ লৈ যাব কালি বিক্ৰী কৰিব মই ন এতিয়া হাৰ দি কি কৰিম বাবাৰ মুখত হাঁহি থাকিলে মই সুখী মোক হাৰ নালাগে কেৱল বাবাৰ মুখত হাঁহি লাগে।
কথা খিনি শুনা অৱস্থাতে মোৰ চুকত কেতিয়া পানী আহিছে মই গম পোৱা নাই মোৰ তেতিয়া ইচ্ছা হল মই এতিয়াও মা দেউতাৰ ওচৰত যাই ভৰিত ধৰি ক্ষমা খুজি আহিলে ভাল হব।কিন্তু সেইটো নকৰি মই মনে মনে থিৰাং কৰিলোঁ যে মই মা দেউতা হঁতক অলপ চাৰপ্ৰাইছ দিম। মা দেউতা যে কিমান বিশাল অন্তৰৰ মানুহ আৰু সন্তানৰ ওপৰত যে কিমান মৰম ভাল পোৱা থাকে সেইটো আৰু মোৰ বুজিব বাকী নাথাকিল। মই ৰুমত যায় শুই শুই গোটেই ৰাতি তাকে ভাবি ভাবি পাৰ কৰিলোঁ আৰু মই নিজে কিবা ইনকাম কৰি মা দেউতাক এইবাৰ ঈদত উপহাৰ দিম বুলি ইনকামৰ ৰাস্তা বিচাৰিব ধৰিলো আৰু পাছা ৰাতি ভাত খাই নামাজ পঢ়ি ঘৰৰ পৰা ওলাই আহিলো আহি বজাৰৰ পৰা কল কিনি লৈ ঘৰে ঘৰে বিক্ৰী কৰিব গল প্ৰথম দিন গোটেই দিন বিক্ৰী কৰি মাত্ৰ ২০০টকা উপাৰ্জন হল। তেতিয়া মই অনুমান কৰিব পৰিলোঁ যে পইচা উপাৰ্জন কৰা কিমান কষ্ট তেনেহলে আমাৰ দেউতা হতে কেনেকৈ উপাৰ্জন কৰি আমাক পইচা দিয়ে আৰু আমি সেই পইচা যদেমদে খৰচ কৰি নষ্ট কৰোঁ। মই সেইদিনা শপত লৈছোঁ যে আজিৰ পৰা দেউতাৰ টকা নষ্ট নকৰিম কিয়নো পইচা উপাৰ্জনৰ কষ্ট মই ভাল কৈ বুজিব পৰিলোঁ।তাৰ পিছদিনা সেই একে সময়ত ঘৰৰ পৰা ওলাই আহি বজাৰৰ পৰা কল লৈ ঘৰে ঘৰে বিক্ৰী কৰি আকৌ সন্দিয়া সময়ত এটা চকত বহি কল বিক্ৰী কৰিলোঁ সেইদিনা মোৰ ইনমাকম হল ৫০০ টকা । ঘৰৰ পৰা মা মোক কলে বাবা তোমাৰ কাৰণে তোমাৰ দেউতাই পইচা থৈছে লৈ বজাৰ কৰাগৈ মই মাক একো নকৈ ঘৰৰ পৰাই ওলাই আহিব ধুৰিলোঁ তেতিয়া মা কলে বাবা তুমি বহুত বেয়া পাইচা ন পইচা লৈ যায় ত্ত বজাৰ কৰিবলৈ তথাপিও তুমি ঘৰত থাকিব লাগিব । মই মাক কোলোঁ মই বেয়া পোৱা নাই মই কিবা এটা কামৰ কাৰণে ৰাহুলৰ লগত আছোঁ এই কেইদিন মই মাক বুজিব নিদিলো মই কি কৰি আছোঁ।
এনেকৈ কেইদিন মান কল বিক্ৰী কৰি যেতিয়া মোৰ হাতত ৫০০০ টকা হল তেতিয়া মা আৰু দেউতাৰ কাৰণে বহুত কেইটা কাপোৰ কিনি ললো আৰু ৰাতি ঘৰত গৈ মা দেউতাক একে লগত মাতি আনি প্ৰথমে মা আৰু দেউতাৰ ভৰিত ধৰি কোলো মোক আপোনালোকে ক্ষমা কৰি দিব মই সিদিনা বহুত বেয়া ব্যৱহাৰ কৰিছোঁ পাৰিলে মোক ক্ষমা কৰি দিব আৰু মই আপোনালোকৰ মাজত সেই ৰাতিৰ কথা পতা সকলো কথা শুনিছোঁ আপোনালোকে মোৰ কাৰণে ইমান কিছু কৰিছে কিন্তু মই বেয়া ব্যৱহাৰ কৰোঁ মই আপোনালোকৰ ইমান কষ্টৰ উপাৰ্জনৰ পইচা বোৰ নষ্ট কৰি আছোঁ। মই আজিৰ পৰা শপত খাইছোঁ আপোনালোকৰ পইচা আৰু অব্বয় খৰচ নকৰোঁ। আৰু মোৰ জীৱনৰ প্ৰথম উপাৰ্জনৰ টকাৰে আপোনালোকৰ কাৰণে অলপ বজাৰ কৰি আনিছোঁ।বজাৰৰ বেগ খন দিয়াৰ পিছত মা আৰু দেউতাই মোক সাৱটি ধৰি কান্দিবো ধৰিলে আৰু মোক কব ললে বাবা তুমি কিয় ইমান কষ্ট কৰিব লাগে আমি শুনিছোঁ তুমি বোলে লোকৰ ঘৰে ঘৰে কল বিক্ৰী কৰি টকা উপাৰ্জন কৰি আমাৰ কাৰণে বজাৰ কৰিছোঁ।
মই লৈ যোৱা কাপোৰ বোৰ দেখি মা আৰু দেউতা ইমান আনন্দ কৰিব ধৰিলে যিটো দেখি মোৰ বহুত সুখ লাগিল।
লেখা:- Sofikul Islam

0 Comments