খনিকৰ দা অকণমানি জীয়েক জনীক বৌয়ে ৰাতিপুৱাই ক'ৰবালৈ যাবলৈ মূৰটো ফণীয়াই(ফণিয়াই) ৰেডি কৰি আছিল।
তেনেতে কণমানি জীয়েক জনীয়ে মাকক সুধিলে.....
"তেজখাটি যখিনী(জ) মানে কিনো.....?"
বৌ - ই এইবোৰ তোমাক কোনে শিকাইছে...?
এইবোৰ বেয়া শব্দ কব নাপাই নহয়।
আজিৰ পৰা এইবোৰ নকবা দেই......।
জীয়েক অলপ পৰ চুপ থাকি আকৌ সুধিলে......
জীয়েক - মা,মোৰ নামটো নো কিয় কলিজা ৰাখিলা নো...?
বৌ - কাৰণ তুমি দেখিবলৈ একেবাৰে স্বৰ্গৰ পৰীৰ দৰে আমাৰ একেবাৰে মৰমৰ আকৌ;সেইবাবেই.......😍।
জীয়েক - ই তেন্তে চোন মোৰ নামটো আৰু ৰাহুলৰ মাকৰ নামটো চোন একেই হ'ল।
বৌ - নহয় মাজনী,ৰাহুলৰ মাকৰ নামটো দীপা হে.....।
জীয়েক - কিন্তু আমাৰ পাপাই চোন ৰাতিপুৱা অথনি আন্তিক কলিজা বুলি মাতিছিল ....🙄।
বৌ - নহয় মাজনী,তোমাৰ দেউতাৰ বাবে কেৱল তুমি আৰু মই হে তেওঁৰ বাবে কলিজা।
অকল তোমাক আৰু মোক হে দেউতাই কলিজা বুলি মতাৰ অধিকাৰ আছে মাজনী।🥰
জীয়েক - মা,তেন্তে অথনি নো দেউতাই আন্তিক কিয় কলিজা বুলি মাতি তোমাৰ কথা তেজখাটি যখিনী জনীয়ে মোৰ তেজ টোপা শুহি শুহি খাইছিল বুলি কৈছিল....?
তুমি কি সঁচাই তেজখোৱা নি মা.....🙄।
বাকী পিছৰ খিনি নকওঁ আৰু......😨
দাদা বজাৰ পৰা আহি পাইছিল হে...ঘৰত এতিয়া পুৰা...⚔🤺🤾♀.....

0 Comments