এটা সৰু কাল্পনি কহিনীৰ জড়িয়ে কিছু কথা জনাব বিচাৰিছো ||
তাইৰ বয়স প্ৰায় ২০ বছৰ ,
তাই H.S.final দি এখন নতুন কলেজত নাম
লগালে || আৰু তাইৰ ঘৰৰ পৰা কলেজ বহু দুৰত
আছিল |সেইবাবে তাই লাইন গাড়ীত অহা যোৱা
কৰিছিল || আৰু এনেকৈ ৪ মাহ মান যোৱা পিছত
এজন কলেজৰ লৰাই তাইৰ চেহেৰাটো দেখি তাইক ভাল পাইছিল ,তাৰন তাই দেখাত ধুনিয়া
আছিল ||আৰু লৰাজনে তাইক ২ মাহ মান ফলো
কৰি আছিল ||
আৰু এদিন কলেজৰ পৰা যোৱা সময়ত তাইক লগ কৰিলে , আৰু কথা-বতৰা পাতি
তাইৰ লগত ফ্ৰেন্দচিপ কৰিলে || আৰু এনেকৈ দুয়োজনে প্ৰায় লগ কৰা কৰিলে,দুয়োজনৰ Frndshp গভীৰ হৈ পৰিল , কিন্তু দুয়োজনে নম্বৰ exchangeকৰা নাছিল ||
আৰু এদিনাখন দুয়ো নম্বৰ exchangeকৰলে || দুয়োৰে প্ৰায় FRNDSHP ১ YEAR কম্পলিত কৰিলে || আৰু এদিন সন্ধিয়া সি তাইক text কৰিলে যে কল কৰিব পাৰিম নে ?
তাই কলে "ৰবা মা আছে ওচৰত,মই নিজে কৰিম মা গলে || সি কলে ঠিক আছে বাৰু ¢ আৰু ২ ঘন্টা মান পিছত তাই তাক কল কৰিলে ||...........
ছোৱালী:-: কি কৰি আছা ?
লৰা:-:বাহিৰত আহিছু ফুৰিব || তুমি কি কৰিছা ?
ছোৱালী:-: মইও বাহিৰত আহিছো || কথা পাতিব ঘৰত মা আছে ||
লৰা:-:ও হয় নেকি বাৰু ! কিবা খালা নে?.....
ছোৱালী:-:উমম!! খালো || তুমি ...?
লৰা:-:মইও kpআৰু flake এটা খালো ||
ছোৱালী:-:চি্ চি্ কি যে বেয়া বস্তুবোৰ খোৱা||
লৰা:-:হিহি☺☺
ছোৱালী:-:হাহিব আহিছা ||
লৰা:-:হব দিয়া ও কিনো লাগি থকা এইবিলাক || বাদ দিয়া এইটো টপিক |\
ছোৱালী:-: ঠিক আছে হব দিয়া ||
লৰা:-:উমম!! কথা এটা আছে ||
ছোৱালী:-: কোৱা কি কথা ?
লৰা:-:মানে😶
ছোৱালী:- কি মানে মানে কৰি আছা || কবা নে
লৰা:-:ঠিক আছে শুনা
ছোৱালী:-: কোৱা !
লৰা:-:বেয়া নপোৱাতো ?
ছোৱালী:-:নাপাও দিয়া কোৱা:
লৰা:-: নালাগে দিয়া নকও ||
ছোৱালী:-:কবা নে ?
লৰা:-:নকও ||
ছোৱালী:-:নকোৱা যদি আজিৰ পৰা কল নকৰু কিন্তু ||
লৰা:-:বাদ দিয়া না || সেইবোৰ || একো নহয় ||
ছোৱালী:-:তুমি কি কব খুজিছা মই গম পাইছো দিয়া ||
লৰা:-:কি কব সুজিছো কোৱা চোন ||
ছোৱালী:-:তুমি কোৱা ! পিছত মই কম ||
লৰা:-:কোৱা না!
ছোৱালী:-:নহব !! jeans First......
লৰা:-:তেনেহলে মানুহ বিলাকে দেখুন কয়
আজি কালি ladys First......
ছোৱালী:-:হয় নে??
লৰা:-:কোৱা চোন কি কব খুজিছো ||
ছোৱালী:-:তুমি যি কব সুজিছা মইও তাকে কব সুজিছো ||
লৰা:-:শুনা তেনেহলে !
ছোৱালী:-:😊কোৱা ||
লৰা:-:মানে মই তোমাক ভাল পাওঁ || প্লিজ বেয়া নাপাবা না ||
ছোৱালী:-:আৰে বাবা মইও সেইটোৱে কব সুজিছিলো || মই জানিচিলো যে তুমি মোক সেইটোৱে কবা ||
লৰা:-:ভাল কৈ কোৱা না ||
ছোৱালী:-:ভালকৈ আৰু কি কম || মইও তোমাক ভাল পাও || lvvvvv uuu dhun...😘😘😘😘❤
লৰা:-:সচা ! Lv u to pglu....😘😘😘😘❤❤
ছোৱালী:-:এতিয়া by পাগল || মা মোক বিচাৰি থাকিব ||
লৰা:-:by পাগলু😘😘
ছোৱালী:-:কাইলৈ কলেজ আহিবা ||
লৰা:-:ঠিক আছে ||
এনেকৈ কলটো ৰাখিলে || আৰু দুয়োজনে প্ৰায়
৫ বছৰ complt কৰিলে || সি এটা ভাল চাকৰিও পালে || আৰু দুয়োজনে ঘৰা ঘৰি কথাতো কব বুলি আলোচনা কৰিলে || ছোৱালীজনি যিহেতু বহুত দুখিয়া ঘৰৰ সেইবাবে তাই বহুত দুখ কৰিছিল যে লৰাৰ ঘৰত মানিব নে ||
লৰা জনে ঘৰত কথাটো কলে || আৰু মাক-বাপেকে নামানিলে || সি বহুত বুজাব চেস্টা কৰিলে || কিন্তু নাই মনাব নোৱাৰিলে || দেউতাকে এইকাৰনে মানিব নোৱাৰিলে বুলি কলে যে আমি হলো ইমান টকা পইচা থকা মানুহ সিহতৰ কি আছে এসাদ খাই এসাজলৈ চিন্তা কৰিব লাগে || মানুহে কি কব মোক || মই মানুহৰ আগত মুখ কেনেকৈ দেখুৱাম || এইবুলি মন্তব্য কৰিলে ||
আৰু সি যিহেতু তাইক বহুত ভাল পায় সেইবাবে
তাইক কথাখনি কলে আৰু সি তাইক পলুনাই নিয়া
কথা ভাবিলে ||তাইও তাক এৰিব নোৱাৰি এই সিদ্ধান্ত লৈ সোনকালে পলুৱাই গ'ল || এতিয়া দুয়োদনৰ মাজত বহুত মিলা প্ৰিতি || বহুত সুখি ,
আৰু ১বছৰ পিছত এটা কন্যা সন্তান জন্ম পালে ||
সিহত দুয়োজনে আগতে বহুত বাৰ দেউতাকৰ ভৰিত ধৰিব গৈছে !কিন্তু দেউতাকে বাৰে বাৰে অুমান কৰি পঠিয়াই || আৰু এদিন লৰাৰ মাকে
নাতিনিয়েকৰ মুখ চোৱাৰ হেপাহ কৰি দেউতাকক
লৈ গ'ল সি থকা ভড়া ৰুমলৈ ||
আৰু নাতি নিয়েকৰ মুখখন চালে || আৰু লৰা-ছোনালীৰ ঘৰৰ এতিয়া সকলো মিল || বহুত সুখি ||
(বি:দ্ৰ: হয় আমি মা-পাপাৰ সুখটো বিচাৰিব লাগে || কিন্তু এনেকুৱা কিছূমান কামত কি ভূল আছে ,কিয় ধনি দুখিয়াৰ মাজত ভালপোৱা হব নোৱাৰে নেকি || এনেকুৱা কিছুমান কামত আমি নিজে ভাগ্যখন বনাই লব লগে || পিছত যি হয় দেখা যাব || সেইবুলি ইমান গভিৰ reletionship এটা ধনি দুখিয়াৰ বাবে ধ্বংস হব পাৰে নেকি || মই মোৰ মতে কেতিয়াও এনেকুৱা হব দি নোৱাৰো || ((লৰাজনে প্ৰথমে কিন্তু তাইক চ্হেৰা চাই ভাল পাইছিল ,কিন্তু তাক তাইৰ মৰমে সলনি কৰি দিলে || সেই বাবে মানুহে যে কয় এজন লৰাক এজনি ছোৱালী ধ্বংস কৰিবও পাৰে আৰু এদন ভাল মানুহ কৰিবও পাৰে|| ))
/////////////////
(কাল্পনিক কাহিনীটো পঢ়ি কেনেকুৱা লাগিল Comment ত জনাব চোন )
লেখা:- দ্বীপ ৰাজ

0 Comments