স্কুলত পঢ়াৰ পৰা এই ডিগ্ৰী পঢ়া লৈকে;চাল্লা ইংৰাজীত ৫০ তকৈ এক বেছি ও নাপালোঁ কম ও নাপালোঁ।🙄
কি যে ঘটিয়া অধ্যয়ন চলিছিল মই নাজানোঁ।🤦🏻♂
হলেও ইমান নম্বৰ পালোঁ যদিও মই আজিলৈকে কাৰো আগত ফিট মৰা নাই হলে।😌
হাই স্কুলত পঢ়ি থকা কাহিনী।😛
বছেৰেকীয়া পৰীক্ষা আৰম্ভ।
ইফালে মোৰো ঘৰত দাবী যে চাইকেল এখন লাগে।
ঘৰৰ ৰাইজৰ দাবী যদি মই ইংৰাজীত ৫০ ভিতৰত যদি একো বেছি পাওঁ তেতিয়া হে মোক চাইকেল দিব নহলে 👎।
উপায় নাই,পৰীক্ষা দিবলৈ কলোঁ।
প্ৰথম দিনাই ইংৰাজী পৰীক্ষা।
বুকু ধপ ধপ।
ইংৰাজী পঢ়াই বাইদেউ এগৰাকী য়ে।
আগদিনা পৰীক্ষা পাতি পিছ দিনা বহীত কোনে কিমান পালে তেওঁ ভাষণ অলপ ডাঠকৈ দিয়ে।
লগতে অলপ মালিচ ও।👋
বাইদেউৱে এটেনডেন্স ললে।
পৰীক্ষাত বহিলোঁ।
প্ৰশ্ন দেখি মোৰ হাৱা টাইট হৈ গ'ল।
হলেও ডেমকেয়াৰ।☹
পৰীক্ষা শেষ হওঁ,তেনেতে বাইদেউক অফিচলৈ মাতিলে।
ইফালে শ্ৰেণীত লৰা-ছোৱালীও সৰহ।
ৱাৰনিং বেল পৰাত মই পিৰিককৈ গৈ বাইদেউক সুধিলোঁ গে.....
মই - বাইদেউ,আমাৰ হৈ গ'ল।
বহী বোৰ ক'ত থম।
বাইদেউ - মই গৈছোঁ য়ে ব'ল।
বহী বোৰ টেবুলত য়ে জমা কৰিবি সকলোৱে।
বাইদেউ কথা মতে সকলোৱে বহী জমা কৰিলোঁ।
তেওঁ আহি বহী বোৰ লৈ গ'ল হি।
দুদিন পিছত বাকী বোৰ বিষয় শেষ হোৱা পিছতে বাইদেউ য়ে বহী নম্বৰ কোনে কেনেকৈ পালে কি লিখিলে দেখুৱাবলৈ আহিল।
সকলোৰে বহী পালে মোৰ খন নাপালে।
মই - বাইদেউ মোৰ বহী খন...?
বাইদেউ - তই পোৱাই নাই নেকি...?
মই - নাই পোৱা।
বাইদেউ - ৰহ,তোৰ বহী খন লগত নাহিলে হবলা।
কাইলৈ অফিচত চাই মেলি আহি তোক দিম হি।
মইয়ো গুচি আহিলোঁ।
পিছ দিনা বাইদেউক লগ কৰিলোঁ।
মই - বাইদেউ,মোৰ বহী খন....?
বাইদেউ - অ' তোৰ বহী খন অফিচত ও নাপালোঁ।
পৰীক্ষা দিয়া নাছিলি নেকি...?
মই - বাইদেউ,এটেনডেন্স চাওঁক।
আৰু ময়ে চোন সেইদিনা আপোনাক বহী জমা দিওঁ বুলি অফিচত আহি সুধিছিলোঁ।
বাইদেউ - হয় দে মনত পৰিছে।
তহঁতৰ বহী খিনি ঘৰলৈ নিছিলোঁ।
ঘৰত থাকিব পাৰে,মই চাই মেলি আহি তোক কাইলৈ দিম ৰহ।
মই গুচি আহিলোঁ।
আকৌ পিছদিনা গলোঁ।
কাহিনী সেই একেই।
মোৰ বহী খন নাই।
সকলো পৰীক্ষা শেষ,কিন্তু মোৰ বহী খন বাইদেউ য়ে হেৰুৱাই পেলালে।😥😢
বাইদেউ - তোৰ বহী খন নাপালোঁ য়ে ঔ।
কাৰোবাৰ বহী মাজতে সোমাই গ'ল নেকি...?
মই - বাইদেউ,এইবাৰ মোৰ ইংৰাজী পৰীক্ষা বহুত ভাল হৈছিল।
এতিয়া যদি মই নম্বৰ য়ে নাপাওঁ কি হব।
মোক ঘৰত....দেউতাই...😭।
বাইদেউ - হব ৰহ,তই আকৌ পৰীক্ষা দিব পাৰিবি নাই...?
মই - বাইদেউ,স্কুল বন্ধ হব।
মই এতিয়া আকৌ পৰীক্ষা দিম নেকি...?
কিবা এটা কৰক বাইদেউ।
বাইদেউ - তই খালি বহী হেৰুৱা কথাটো কাকো নকবি।
আনকি ঘৰটো।
মই - নকওঁ কিন্তু মোৰ নম্বৰ....😭😭।
বাইদেউ - হব যা মই মিলাই দিম।
মই - বাইদেউ,মই ৪ নম্বৰ প্ৰশ্ন এটা বাদে বাকী সকলো কৰিছিলোঁ।
শুদ্ধ ও হৈছিল।
মই যদি নম্বৰ কম পাওঁ কি হব....😢।
বাইদেউ - মই মিলাই দিম কলোঁ নহয়।
তই খালি চুপ চাপ থাকিবি।
বছৰৰ শেষত ৰিজাল্ট দিলে।
মই ইংৰাজীত ৭৫ পালোঁ।🤪😍
ঘৰৰ মাদাৰ-ফাদাৰ হার্ট ফেল য়ে কৰিলে।
ঈশ্বৰৰ কৃপাত নম্বৰ বেছি পোৱাত ঘৰৰ পৰা চাইকেল খন ও পাই গলোঁ।😛
কচম ছে,সেইবোৰেই ইংৰাজী পৰীক্ষা মজ্জা হৈছিল।
এতিয়া কথা এটা কওঁ ন....😛,সেইদিনা যে মই পৰীক্ষা দিছিলোঁ ঠিকেই কিন্তু বাইদেউ লৰা-ধপৰা দেখি মই সেইদিনা পৰীক্ষা বহী খন জমাই নিদিলোঁ।😌
তাতে ইমান সোপা লৰা-ছোৱালী বহী ঠৰী না হিচাপ কৰি থাকিব।
বাইদেউ য়ে বহী যে মই জমা দিছিলোঁ জানিবলৈ এনেই সেইকেইদিন অলপ এক্টিং কৰি দেখুৱালোঁ যাতে তেওঁ ভাবে মই যে বহী জমা দিছিলোঁ।🤪
বৌলা না....নম্বৰ ভি মিলা,চাইকেল ভি।

0 Comments