জহনী মখাই যে মোৰ টেমাটো খাই দিছে।😡
ডিং ডং কে চন্দুকটোত এন্ত্ৰী মাৰিলোঁ....
ভাবিলোঁ বিহুটো লাহেকৈ গ'ল,গতিকে ব্ৰিটিছে দি যোৱা ভাষাটোকে দেহা হঁতক অকণ শিকাও......🙄
সেইগতিকে ভাওনা আৰম্ভ কৰিলোঁ.......
মই - পোনাহঁত ঔ,আজি আমাৰ শিকিব লগা টপিকটো হ'ল 'voice'.......।
কথাটো কৈ বাপসকলক সুধিলোঁ.....
মই - what is voice....?
ছাত্ৰ-ছাত্ৰী - ছাৰ voice মানে হ'ল......
মই অলপ উৎসাহ দি দিলোঁ....
" উম হৈছে,পাৰিবা কোৱা....🙈😌"
ছাত্ৰ-ছাত্ৰী - ছাৰ voice হ'ল আজি আমি শিকিবলগীয়া টপিকটো.....।🙄
টেমা গৰম উঠি আহিল।
হলেও গালি নিদি কন্ত্ৰ'ল কৰি কলোঁ.....
মই - বাৰু ঠিক আছে,sugar শব্দটো লগাই এটা বাক্য গঠন কৰা।
এটাই পিটিকৈ মাতিলে.....
ছাত্ৰ - i drank tea this morning.
মই - আবে,sugar টো ক'ত গ'ল...?🙄😡
ছাত্ৰ - কিয় চাহত চোন sugar আছেই।🙄
আৰু টেমা গৰম হ'ল।😡
মই - বাৰু mosquitoes মানে কি সকলোৱে চিনি পোৱা।
তোমাৰ ভাষাত mosquito
ক কি বুলি মাতিবা মানে কবা...?
মৰতী এজনীয়ে মাত লগালেই......
ছাত্ৰী - আমি সিহঁতক নামাটো নহয়,গধূলি হলে নিজে হে আহে কিবা.....🙄
কলোঁ নহয়,বেটেৰী আৰু গৰম উঠি আহিল.....😡
মই - বাৰু,এইটো কোৱা.....
John is climbing a tree to pick some Mangoes.
(being the sentence with Mangoes)
এইটো কোৱাচোন কি হব...?
ছাত্ৰ - Mangoes,John is coming to pick you.
চাল্লা ওলাই যাম বুলি ভাবি আকৌ ৰলোঁ....।
মই বাৰু সেইবোৰ বাদ দিছোঁ।
এইটো ক.....?
মই - name the nation,people hate most....
ছাত্ৰ - exami - nation
😡😡😡😡😡😡গৰম উঠিল যদিও আকৌ সুধিলোঁ....
খঙতে কলোঁ........তহঁতে টো ইংৰাজী শিকিব লাগিব।
গতিকে উত্তৰ টো ইংৰাজীত দিবলৈ চেষ্টা কৰ...........
মই - how can we keep our school clean....?
ছাত্ৰী - by staying at home.
😡😡টেঁটু টো চেপি মাৰিব মন গৈছিল যদিও লাষ্ট সুধিলোঁ......
মই - one day our country will be corruption free......what tense is that.....?
জহনী বোৰে দাঁত চেলাই কলে....
ছাত্ৰ-ছাত্ৰী - future impossible tense....
চাল্লা খঙতে ইংলিছ বোলা বিষয়টোকে বাদ দি দিলোঁ।😡😡
ভাল দিন বাৰ এটা চাই এইসোপাক মই মাৰি পেলাম যে সেইটো খাটাং.......😡😡⚔🤺।

0 Comments