মোৰ পোহৰৰ আৰত মাথো তুমি.......,,,,,,,,
মই এজন সাধৰন লৰা,
মই বহুত দুখিয়া..,,,মোৰ ঘৰত মাঁ, পাপা,ভন্তি আৰু মই...||
পাপাই বহুত কস্তৰ মাজত ডাঙৰ দীঘল কৰিছে || পাপা লাহে লাহে বুঢ়া হৈ আহিল || ঘৰ চলাবলৈ মোৰ বাহিৰে আৰু কোনো নাছিল ||এনেকৈ
বহুত দুখৰ মাজত থাকিব ধৰিলো || আৰু গাড়ী গেৰেজএখনত কাম কৰি দু পইচা ইনকাম কৰি কোনোমতে ঘৰখন চলাই আছিলো || এনেতে এদিন মই কামত...,,,,, যোৱা পিছত দেউতাও মৰিল |
মনত বহুত দুখ লৈ জিয়াই থাকিলো || আৰু এদিন দুজনি ছোৱালী গাড়ী ঠিক কৰিব মোৰ গেৰেজত আহিল........................,,,,,,,,,,,,,,,,,,,,,,,,,,
সেইদিনা ঠিক কৰি দিলো | এনেকৈ মোৰ অবস্হা দেখি তাই দেইলি আহিছিল আৰু
১০০ টকা এটা হলেও দি গৈছিল || মোৰ কিবা এটা ভাল লাগিছিল তাইক ...,,,
এনেকৈ কেইটামান দিন পিছত আমি প্ৰথমে চিনাকি হৈ ললো || তাই মোক কেতিয়াও এজন মেকাৰ হিচাপে ভবা নাছিল || আৰু তাই নাযানু কিয় মোৰ লগত Frndship কৰিব খুজিছিল কিন্তু মোৰ সেইটো সাহস হোৱা নাছিল তাইৰ নিচিনা ধনি ঘৰৰ ছোৱালী এজনীৰ লগত frndshp কৰিবলৈ....,,,
তাই মোক বহুত সময় ছায় ৰৈছিল মইও নোৱাৰিলু থাকিব লগে লগে হাতখন আগবঢ়াই দি দিলো || কিছুদিন পিছত আমি বহুত ভাল বন্ধু হিচাপে সকলো কথা শ্বেয়াৰ কৰিব ললো || তাই মোক সকলো হ্মেত্ৰতে সহায় কৰিব ললে || এনেদৰে মইও কষ্ট কৰো কাৰন মোৰ এজনি ভন্তি আছে, মৰমৰ মাঁ আছে |
আৰু মই তাই দিয়া পইচাৰে আকৌ কলেজত ভৰ্তী কৰিলো (ITI)ত | আৰু আমাৰ বন্ধুত্ব ১ বছৰ পিছত এদিন তাই নিজে মোক কলে যে - আজি আমাৰ ১ বছৰ হ'ল তুমি মোৰ FILL নুবুজিলা নে - বাৰু মইয়ে কৈছো শুনা
মই তোমাক বহুত ভাল পায়
পেলাইছো...,,,,,মই তোমাৰ জিবন সংগী হব বিচাৰো ||
আৰু মই তেতিয়া তাইক কলো- উমম !! মই বুজিছু তুমাৰ FILL, মইও তোমাক বহুত ভাল পাও কিন্তু কম কি দৰে || আৰু এয়া জানো সম্ভব হব || তুমি ইমান ধনি ঘৰৰ ছোৱালী আৰু মই HAHAHA😂😂|| মই এইবিলাক নাজানু মাথো মই তোমাক ভাল পাও সচাকৈ বহুত ভাল পাও || মই আজিয়ে তোমাৰ লগত জাব বিচাৰু..,,আৰু এনেকৈ থাকিব নোৱাৰিম || আৰু মই ভয়ৰ মাজেৰে তাইক সাৱতি ধৰিলো তাই মোৰ বুকুৰ মাজত মুৰ থৈ বহুত কান্দিলে || মই তাইক বহুত বুজায় কলো যে এবাৰ তুমি ঘৰত কৈ চোৱা তাই কলে নাই নামানিব || মই তোমাৰ লগত এনেকৈ যাব বিচাৰিছো || আৰু তাইক বহুত বুজোৱা পিছত তাই আমাৰ সকলো ঘৰত কলে কিন্তু নাই নামানিলে ......,,,,,,আৰু মই তাইক পলুৱাই লৈ আহিলু ||
আমাৰ ৭ বছৰ হ'ল ,,,আমাৰ এজনি কন্যা সন্তান জনম পাইছে আমি এতিয়া বহুত সুখি || তাইৰ ঘৰৰ মানুহেও আমাক আকোৱালি লৈছে ||
এতিয়া দুখন ঘৰৰ মাজত এটা ধুনিয়া সম্পৰ্ক গঢ়ি উঠিছে || মোক তাইৰ দেউতাকেও টকা-পইচা আদি সকলো ফালৰ পৰা সহায় কৰে||..............,,,,,,,,,,,, ,,,,,,,
বি:দ্ৰ:এয়াই সচা ভাল পোৱা || আজি কালি এনেকুৱা ভালপোৱা পাবলৈ বহুত টান |
দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে || সকলোৰে সফলতাৰ হ্মেত্ৰত নিশ্চয় কোনোবা হলেও থাকে ||
(কাহিনী টো পঢ়ি কেনেকুৱা লাগিল জনাব )
লেখা:- ✍দীপ ৰাজ

0 Comments